সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি পাপ কৰে বা পাপ কৰা ব্যক্তি
উদাহরণ : পাপীৰ জীৱন অশান্তিৰে ভৰি থাকে
সমার্থক : পাতকী, পাপকর্মী, পাপাচাৰী, পাপী
অর্থ : যিজন দুষ্ট আৰু নীচ প্রকৃতিৰ
উদাহরণ : দুৰাত্মা ৰাৱণে সীতা হৰণ কৰিছিল
সমার্থক : দুষ্টমতি, দুৰাত্মা
অর্থ : যি পাপ কৰে বা পাপ কৰোতা
উদাহরণ : ধার্মিক গ্রন্থত বর্ণিত আছে যে যেতিয়া পৃথিৱীত পাপ বাঢ়ি যায়, তেতিয়া ভগৱানে অৱতাৰ ধাৰণ কৰি পাপী ব্যক্তিসকলৰ সংহাৰ কৰে
সমার্থক : অধম, অনাচাৰী, দুষ্টাচাৰী, দুৰাচাৰী, নীচ, নীতিভ্রষ্ট, পাতকী, পাপবুদ্ধি, পাপমতি, পাপিষ্ঠ, পাপী, ্অধর্মী
ইনস্টল