সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : একেবাৰে নিম্ন বা নিকৃষ্ট মানৰ ব্যক্তি
উদাহরণ : অধম পুৰুষে নীচ কাম কৰিবলৈ কেতিয়াও পিছ নোহোঁহকে
সমার্থক : অধম পুৰুষ, নীচ পুৰুষ, নৰাধম
অর্থ : যি প্রবল নহয়
উদাহরণ : যত্ন কৰিলে অধমজনো প্রবল হʼব পাৰে মোৰ বুদ্ধি কম
সমার্থক : অপ্রবল, কম, নিকৃষ্ট, প্রবলতাহীন, বেয়া, মন্দ
অর্থ : দোষযুক্ত বা যিয়ে দুষ্টামি কৰে:দুষ্ট মানুহে সদায় বেলেগৰ অহিত চিন্তা কৰে
উদাহরণ :
সমার্থক : অসজ, অসজ্জন, অসন্ত, অসাধু, খল, দুর্জন, দুষ্ট, পাঁজী, শঠ, হাৰামী, ্ বদমাচ
অর্থ : ভালৰ ওলোটা বা বিপৰীত
উদাহরণ : বেয়া মানুহৰ সংগ লোৱা ভাল নহয় আমি অসৎ কাম কৰিব নাপায়
সমার্থক : অনুচিত, অপকৃষ্ট, অসৎ, খল, গর্হিত, দুষ্ট, নিকৃষ্ট, নীচ, বদ, বেয়া, মন্দ
অর্থ : যি পাপ কৰে বা পাপ কৰোতা
উদাহরণ : ধার্মিক গ্রন্থত বর্ণিত আছে যে যেতিয়া পৃথিৱীত পাপ বাঢ়ি যায়, তেতিয়া ভগৱানে অৱতাৰ ধাৰণ কৰি পাপী ব্যক্তিসকলৰ সংহাৰ কৰে
সমার্থক : অনাচাৰী, দুষ্টাচাৰী, দুৰাচাৰী, নীচ, নীতিভ্রষ্ট, পাতকী, পাপবুদ্ধি, পাপমতি, পাপাত্মা, পাপিষ্ঠ, পাপী, ্অধর্মী
অর্থ : একেবাৰে নিম্ন বা নিকৃষ্ট মানদণ্ডৰ
উদাহরণ : তোমাৰ হীন কাণ্ড-কাৰখানাত মই অতীষ্ঠ হৈ পৰিছোঁ
সমার্থক : ইতৰ, খাখৰু, খেকাৰখোৱা, খেচ, তুচ্ছ, নীচ, নীহ, হীন
ইনস্টল