পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে হাত শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

হাত   বিশেষ্য

অর্থ : বস্তু ধৰিব পৰা আৰু কাম-কাজ কৰিব পৰা কান্ধৰ পৰা হাতোৰালৈকে থকা অংগ

উদাহরণ : তাৰ হাতত বৰ জোৰ আছে

সমার্থক : কৰ, পাণি, ভূজ, হস্ত

অর্থ : শৰীৰৰ কান্ধৰ পৰা পঞ্জাৰ শীর্ষ্্লৈকে থকা অংশ

উদাহরণ : দুর্ঘ্্টনাত তেওঁৰ ্সোঁহাতখন ভাগিল

সমার্থক : কৰ, হস্ত

অর্থ : কিলাকুটিৰ পৰা আঙুলিৰ আগলৈকে এক চব্বিশ আঙুলিয়া জোখৰ অংগ:এই কাপোৰখন দুহাত দীঘল

উদাহরণ :

সমার্থক : কৰ, পাণি, হস্ত

অর্থ : মণিবন্ধৰ আগৰ অংশ

উদাহরণ : তেওঁৰ ্হাতখন মেছিনটোৰ তলত সোমাই গʼল

সমার্থক : কৰ

অর্থ : কোনো স্থান বা কথাৰ ওচৰ পোৱাৰ শক্তি বা সামর্থ্য

উদাহরণ : এইটো কাম মোৰ সামর্থ্যৰ বাহিৰৰ ্তেওঁৰ প্রধানমন্ত্রীলৈকে হাত আছে

সমার্থক : দখল, সামর্থ্য

অর্থ : সা-সঁজুলি আদিৰ ধৰা অংশ

উদাহরণ : বাচনটোৰ মুঠিটো ভগাত তাক ধৰিবলৈ অসুবিধা হৈছে

সমার্থক : ঠাৰি, মুঠি, হাতোৰা, হেণ্ডেল