পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে মুঠি শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

মুঠি   বিশেষ্য

অর্থ : সূতা, ৰেচম আদিৰ গুচ্চ

উদাহরণ : শিশুৰ কাৰণে চুৱেটাৰ গুঁঠিবলৈ কেই মুঠি ঊণ লাগিব

সমার্থক : মুঠা

অর্থ : মুঠিত অহা পৰিমাণৰ বস্তু

উদাহরণ : তেওঁ ্চাউলৰ পৰা তিনি-চাৰি মুঠি উলিয়াই ভিক্ষাৰীক দিলে

অর্থ : হাতৰ আঙুলিবোৰ কোঁচাই হাতৰ তলুৱাত হেঁচি ধৰা হাতৰ মুদ্রা বিশেষ

উদাহরণ : লʼৰাটোৱে পইচাটো নিজৰ হাতৰ মুঠিত ৰাখি থৈছে

অর্থ : সা-সঁজুলি আদিৰ ধৰা অংশ

উদাহরণ : বাচনটোৰ মুঠিটো ভগাত তাক ধৰিবলৈ অসুবিধা হৈছে

সমার্থক : ঠাৰি, হাত, হাতোৰা, হেণ্ডেল