পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কৰ   বিশেষ্য

অর্থ : বস্তু ধৰিব পৰা আৰু কাম-কাজ কৰিব পৰা কান্ধৰ পৰা হাতোৰালৈকে থকা অংগ

উদাহরণ : তাৰ হাতত বৰ জোৰ আছে

সমার্থক : পাণি, ভূজ, হস্ত, হাত

অর্থ : কোনো ব্যক্তিৰ কামৰ পৰা বা সম্পত্তি, ব্যাপাৰ আদিৰ পৰা কোনো অধিকাৰীয়ে নিজৰ কাৰণে লোৱা নিয়ত ধন

উদাহরণ : মোগল যুগত শাসক আৰু সামন্তই ভাৰতীয় জনসাধাৰণৰ পৰা বিভিন্ন ধৰণৰ কৰ আদায় কৰিছিল

সমার্থক : কটল, কাটল, কৰ-কাটল, খাজনা, টেক্স, শুল্ক

অর্থ : শৰীৰৰ কান্ধৰ পৰা পঞ্জাৰ শীর্ষ্্লৈকে থকা অংশ

উদাহরণ : দুর্ঘ্্টনাত তেওঁৰ ্সোঁহাতখন ভাগিল

সমার্থক : হস্ত, হাত

অর্থ : কিলাকুটিৰ পৰা আঙুলিৰ আগলৈকে এক চব্বিশ আঙুলিয়া জোখৰ অংগ:এই কাপোৰখন দুহাত দীঘল

উদাহরণ :

সমার্থক : পাণি, হস্ত, হাত

অর্থ : খেতি-বাতিৰ মাটিত লগোৱা কৰ

উদাহরণ : জমীদাৰী যুগত খাজনা দিব নোৱাৰা কৃষকৰ খেতি ক্রোক কৰা হৈছিল

সমার্থক : কটল, কাটল, কৰ-কাটল, খাজনা, খেৰাজ, টেক্স, শুল্ক

অর্থ : মণিবন্ধৰ আগৰ অংশ

উদাহরণ : তেওঁৰ ্হাতখন মেছিনটোৰ তলত সোমাই গʼল

সমার্থক : হাত