পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে স্বামী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

স্বামী   বিশেষ্য

অর্থ : সাধু, সন্ত আদিৰ বাবে সম্বোধন

উদাহরণ : আজি আমাৰ গাঁৱলে স্বামী মাধবানন্দ আহিছে

অর্থ : যাৰ কোনো বস্তুৰ আদিৰ ওপৰত সকলো ধৰণৰ অধিকাৰ আছে

উদাহরণ : মালিক চাকৰৰ ওপৰত খড়্গহস্ত হৈছিল

সমার্থক : অধিপতি, গৰাকী, মালিক

অর্থ : স্ত্রীৰ দৃষ্টিত ্ তেওঁৰ বিবাহিত পুৰুষজন:শীলাৰ স্বামীয়ে খেতি কৰি নিজৰ পৰিয়ালটো পোহ-পাল দি আছে

উদাহরণ :

সমার্থক : গিৰিয়েক, দৰা, পতি, পৈ, পৈয়েক, বৰ, মতা