পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে মালিক শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

মালিক   বিশেষ্য

অর্থ : বেতন বা পাৰিশ্রমিকৰ বিনিময়ত কাৰোবাক কার্যালয় বা কাৰখানাত কাম দিওঁতা ব্যক্তি

উদাহরণ : মালিকে কর্ম্্চাৰীৰ দাবী পূৰণ কৰিবলৈ অমান্তি হʼল

অর্থ : যাৰ কোনো বস্তুৰ আদিৰ ওপৰত সকলো ধৰণৰ অধিকাৰ আছে

উদাহরণ : মালিক চাকৰৰ ওপৰত খড়্গহস্ত হৈছিল

সমার্থক : অধিপতি, গৰাকী, স্বামী

অর্থ : ইছলাম ধর্মত ঈশ্বৰ বুজোৱা নাম

উদাহরণ : ঈশ্বৰ আৰু আল্লা একেই

সমার্থক : আল্লা, আল্লাহ, খুদা

অর্থ : ঘৰৰ মূল মানুহ

উদাহরণ : গৃহস্থৰ ওপৰতে গোটেই পৰিয়ালৰ দায়িত্ব থাকে

সমার্থক : গৃহপতি, গৃহস্থ, গৃহস্বামী, ঘৰৰ মালিক, পৰিয়ালৰ মুৰব্বী