পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বৰ   বিশেষ্য

অর্থ : কোনো দেৱতা বা জ্যেষ্ঠজন প্রসন্ন হৈ কোনো অভিপ্রেত বস্তু বা সিদ্ধি প্রদান কৰা ক্রিয়া বা ভাৱ

উদাহরণ : মহাত্মাই তেওঁক পুত্রলাভৰ বৰ দিলে

সমার্থক : বৰ দান, বৰদান

অর্থ : যিজন পুৰুষৰ বিবাহ হৈ আছে বা হৈ গৈছে

উদাহরণ : নিজৰ লʼৰাক দৰাৰ ৰূপত দেখি মাক প্রফুল্লিত হৈছিল

সমার্থক : দৰা

অর্থ : স্ত্রীৰ দৃষ্টিত ্ তেওঁৰ বিবাহিত পুৰুষজন:শীলাৰ স্বামীয়ে খেতি কৰি নিজৰ পৰিয়ালটো পোহ-পাল দি আছে

উদাহরণ :

সমার্থক : গিৰিয়েক, দৰা, পতি, পৈ, পৈয়েক, মতা, স্বামী

বৰ   বিশেষণ

অর্থ : যি পৰিমাণত বেছি

উদাহরণ : তেওঁৰ দুর্দশ্া দেখি মোৰ বৰ দুখ লাগিল তেওঁ ্ বহুত সম্পত্তিৰ অধিকাৰী

সমার্থক : অগণন, অগাধ, অজস্র, অতি, অতিপাত, অতীব, অত্যধিক, অত্যন্ত, অধিক, অনেক, অসংখ্য, এগাল, কোটি কোটি, ঢেৰ, দেধাৰ, প্রগাঢ়, প্রচুৰ, বহু, বহুত, বাৰেপাচি, বিপুল, বিস্তৰ, বেছি, যথেষ্ট, লাখ লাখ, শ শ, সৰহ, হাজাৰ হাজাৰ, হাজাৰ-বিজাৰ