পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে শুল্ক শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

শুল্ক   বিশেষ্য

অর্থ : কোনো ব্যক্তিৰ কামৰ পৰা বা সম্পত্তি, ব্যাপাৰ আদিৰ পৰা কোনো অধিকাৰীয়ে নিজৰ কাৰণে লোৱা নিয়ত ধন

উদাহরণ : মোগল যুগত শাসক আৰু সামন্তই ভাৰতীয় জনসাধাৰণৰ পৰা বিভিন্ন ধৰণৰ কৰ আদায় কৰিছিল

সমার্থক : কটল, কাটল, কৰ, কৰ-কাটল, খাজনা, টেক্স

অর্থ : আনৰ কোনো বস্তু অনাৰ পৰিৱর্তে ্তাৰ মালিকক দিবলগীয়া হোৱা দাম বা মূল্য

উদাহরণ : তেওঁ এই ঘৰটোৰ এহেজাৰ টকা ভাড়া লয়

সমার্থক : ভাড়া, ভাৰা, মাচুল

অর্থ : খেতি-বাতিৰ মাটিত লগোৱা কৰ

উদাহরণ : জমীদাৰী যুগত খাজনা দিব নোৱাৰা কৃষকৰ খেতি ক্রোক কৰা হৈছিল

সমার্থক : কটল, কাটল, কৰ, কৰ-কাটল, খাজনা, খেৰাজ, টেক্স

অর্থ : কোনো কামৰ সলনি লোৱা বা দিয়া ধন

উদাহরণ : মাচুল জমা নিদিয়া কাৰণে মনোহৰৰ স্কুলৰ পৰা নাম কটা গʼল

সমার্থক : ফিজ, মাচুল