পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে লিখা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

লিখা   বিশেষ্য

অর্থ : ওকণীৰ কণী

উদাহরণ : তাইৰ চুলিত লেখি ওকণী হৈছে

সমার্থক : ফুটনি, লেখি

অর্থ : লিপিৰ ৰূপত লিখা কার্য

উদাহরণ : ইতিহাসৰ বেছিভাগ ঘটনাৰ লিপিবদ্ধ কৰা হৈছে

সমার্থক : লিপিবদ্ধ

লিখা   ক্ৰিয়া

অর্থ : আখৰ আদিৰ আকৃতিৰ ৰূপ দিয়া কার্য

উদাহরণ : লʼৰা-ছোৱালীবোৰে ক খ গ ঘ লিখি আছে মই এখন চিঠি লিখি আছো

সমার্থক : লিপিবদ্ধ কৰা

অর্থ : কোনো লেখনি, চিত্র আদি যেনেদৰে আছিল তেনে ধৰণেৰেই প্রস্তুত কৰা

উদাহরণ : শিক্ষার্থীয়ে কৃষ্ণফলকত লিখা প্রশ্নখিনি নিজৰ বহীত টুকিলে

সমার্থক : কপি কৰা, টোকা, নকল কৰা

অর্থ : খাটা, কাগজ আদিত লিখোৱা

উদাহরণ : তেওঁ ্পঞ্চায়তৰ সভাপতিক কৈ নিজৰ নামটো ভোটাৰ তালিকাত ভৰালে

সমার্থক : ভৰোৱা, লিখোৱা