পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে নকল কৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

নকল কৰা   বিশেষ্য

অর্থ : কাৰোবাৰ অংগী-ভংগী অথবা কথা বতৰাৰ ভালদৰে কৰা আনুকৰণ

উদাহরণ : ডাঙৰৰ নকল কৰা ভাল বুলি ধৰা নহয়

নকল কৰা   ক্ৰিয়া

অর্থ : কোনো লেখনি, চিত্র আদি যেনেদৰে আছিল তেনে ধৰণেৰেই প্রস্তুত কৰা

উদাহরণ : শিক্ষার্থীয়ে কৃষ্ণফলকত লিখা প্রশ্নখিনি নিজৰ বহীত টুকিলে

সমার্থক : কপি কৰা, টোকা, লিখা

অর্থ : কাৰোবাৰ কথা-ব্যৱহাৰ, অংগী-ভংগী আদি ঠিক সেইদৰেই ব্যৱহাৰ কৰা

উদাহরণ : শ্যামুৱে নিজৰ ককাদেউতাকৰ নকল কৰে

সমার্থক : অনুকৰণ কৰা, অনুসৰণ কৰা