পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ভৰোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ভৰোৱা   ক্ৰিয়া

অর্থ : কোনো বস্তু জ্বলাবৰ কাৰণে জুইত পেলাই দিয়া

উদাহরণ : আহাৰ তৈয়াৰ কৰাৰ সময়ত সীতাই বাৰে-বাৰে ভুচি আদি চৌকাটোত ভৰাই আছিল

সমার্থক : দলিওৱা, নিক্ষেপ কৰা, পেলাই দিয়া

অর্থ : কোনো বস্তুৰ ভিতৰ ভাগ কোনো বস্তুৰে পূর্ণ ্কৰা কার্য

উদাহরণ : এই টেমাটোত সাত কিলো আটা সোমায়

সমার্থক : সোমোৱা

অর্থ : খালী ঠাই আদি পূর্ণ কৰিবলৈ কোনো বস্তু আদি ঢলা কার্য

উদাহরণ : শ্রমিকসকলে ৰাস্তাৰ কাষৰ গাঁত পুতিছে

সমার্থক : পূৰোৱা, পোতা, ভর্তি কৰা

অর্থ : কোনো বস্তু কিহবাৰ ওপৰত দিয়া

উদাহরণ : লʼৰাটোৱে মুখত কলমটো ভৰালে

অর্থ : খাটা, কাগজ আদিত লিখোৱা

উদাহরণ : তেওঁ ্পঞ্চায়তৰ সভাপতিক কৈ নিজৰ নামটো ভোটাৰ তালিকাত ভৰালে

সমার্থক : লিখা, লিখোৱা

অর্থ : কাৰোবাক ভৰিবলে প্রবৃত্ত কৰোৱা

উদাহরণ : পুথি্ভঁ্ৰালৰ কিতাপ সময়ত ঘূৰাই নিদিয়া বাবে পুথি্ভঁ্ৰালৰ অধ্যক্ষই পঞ্চাশ টকা জৰিমণা ভৰালে

সমার্থক : ভৰা