পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে মুক্ত হোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

মুক্ত হোৱা   ক্ৰিয়া

অর্থ : কোনো বন্ধন বা কাম আদিৰ পৰা মুক্ত হোৱা

উদাহরণ : ঋষিজনে নিজৰ সাধনাৰ বলত সংসাৰৰ দুখৰ পৰা উদ্ধাৰ পালে

সমার্থক : উদ্ধাৰ পোৱা, নিস্তাৰ পোৱা

অর্থ : বান্ধি থোৱা বা ফান্দত পৰা কোনো বস্তু আঁতৰি যোৱা কার্য

উদাহরণ : মাছবোৰ জালৰ পৰা এৰাই গʼল

সমার্থক : উন্মুক্ত হোৱা, এৰাই যোৱা, বন্ধন মুক্ত হোৱা, সুলকি যোৱা

অর্থ : এৰি দিয়া

উদাহরণ : এই অঞ্চলৰ কুখ্যাত গুণ্ডাটো কালিহে জেলৰ পৰা ওলাল

সমার্থক : ওলোৱা