পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ওলোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ওলোৱা   ক্ৰিয়া

অর্থ : কোনো কিতাপ আদি ছপা কৰি অনা

উদাহরণ : তেওঁৰ কবিতাৰ আৰু এটা নতুন সংস্কৰণ ওলাইছে

সমার্থক : প্রকাশিত হোৱা

অর্থ : কোনো বস্তু আদি নিজৰ ঠাইৰ পৰা ওপৰলৈ অনা বা দেখা দিয়া

উদাহরণ : সূর্য পূৱত দিশত ওলায়

সমার্থক : উদিত হোৱা, উদয় হোৱা

অর্থ : কোনো পক্ষ বা দল আদিৰ পৰা পৃথক হোৱা কার্য

উদাহরণ : তেওঁ কংগ্রেছৰ পৰা ওলাল

সমার্থক : পৃথক হোৱা

অর্থ : গুপ্ত বা গূঢ় কথা প্রকাশ হোৱা

উদাহরণ : তেওঁৰ ৰহস্য খুলিল

সমার্থক : খোলা, ফাদিল হোৱা

অর্থ : এৰি দিয়া

উদাহরণ : এই অঞ্চলৰ কুখ্যাত গুণ্ডাটো কালিহে জেলৰ পৰা ওলাল

সমার্থক : মুক্ত হোৱা

অর্থ : ওচৰৰ পৰা গৈ থকা বা হাতত নথকা

উদাহরণ : বদ অভ্যাসৰ কাৰণে তেওঁৰ ্চাকৰিটো গুচি গʼল

সমার্থক : গুচি যোৱা

অর্থ : ফোঁহাৰ ৰূপত শৰীৰত উৎপন্ন হোৱা

উদাহরণ : গৰমৰ দিনত শুভমৰ শৰীৰত ্ফোঁহা ওলায়

অর্থ : উৎপন্ন হোৱা

উদাহরণ : খেতিডৰাৰ খলি সমূহৰ পৰা নতুন নতুন উদ্ভিদ গজিছে

সমার্থক : গজা

অর্থ : হিচাপ হোৱাৰ পিছত কিছুমান ধন কাৰোবৰ জিম্মাত থাকি যোৱা

উদাহরণ : আপোনাৰ পৰা মোৰ পাঁচ টকা ওলায়

অর্থ : প্রচলিত হোৱা

উদাহরণ : ইয়াত সদায় নতু নতুন ফেশ্বনৰ কাপোৰ ওলায়

অর্থ : অনায়াসে উচ্চাৰিত হোৱা

উদাহরণ : গুলী লগাৰ লগে লগে গান্ধীজীৰ মুখৰ পৰা হেʼ ৰাম ওলাল

অর্থ : অন্য কোনোফালে বাঢ়ি থকা

উদাহরণ : এই মেজখনৰ কোণাটো অলপ ওলাইছে

অর্থ : নিজৰ উৎপত্তি স্থলৰ পৰা প্রকট হোৱা

উদাহরণ : গংগা গংগোত্রীৰ পৰা ওলাইছে

সমার্থক : নি্র্গত ্হোৱা

অর্থ : বাহিৰলৈ অহা

উদাহরণ : সাপটো বিলৰ পৰা ওলাইছে

সমার্থক : নির্গত হোৱা, বাহিৰলৈ অহা