পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ভৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ভৰা   বিশেষ্য

অর্থ : ভর্তি কৰা কার্য

উদাহরণ : গুদামত ধান ভৰাই থকা হৈছে

ভৰা   ক্ৰিয়া

অর্থ : কোনো বস্তু আদিৰ খালী ঠাইৰ কোনো অংশ বস্তুৰে পূর্ণ ্হোৱা

উদাহরণ : বৰষুণৰ পানীৰে পুখুৰীটো ভৰি গʼল

সমার্থক : ভৰি যোৱা

অর্থ : কাৰোবাক ভৰিবলে প্রবৃত্ত কৰোৱা

উদাহরণ : পুথি্ভঁ্ৰালৰ কিতাপ সময়ত ঘূৰাই নিদিয়া বাবে পুথি্ভঁ্ৰালৰ অধ্যক্ষই পঞ্চাশ টকা জৰিমণা ভৰালে

সমার্থক : ভৰোৱা