পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ভাল শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ভাল   বিশেষ্য

অর্থ : কাৰোবাৰ ভালৰ কাৰণে কাৰোবাৰ দ্বাৰা বা আন কোনো প্রকাৰেৰে হোৱা কার্য

উদাহরণ : সকলোৰে মংগল হোৱা কাম কৰা উচিত

সমার্থক : কল্যাণ, মংগল, লাভ, হিত

অর্থ : উত্তম হোৱাৰ অৱস্থা

উদাহরণ : চৰিত্র ভালেই সকলো ভাল

সমার্থক : উত্তমতা, উৎকৃষ্টতা, গুণযুক্ততা, শ্রেষ্ঠতা

অর্থ : কাৰোবাৰ ভাল বা হিতসাধন কৰা কার্য

উদাহরণ : সৎলোকে সকলোৰে উপকাৰ সাধে

সমার্থক : উপকাৰ, হিত

অর্থ : সুখ, সমৃদ্ধি তথা কুশলতাৰে পৰিপূর্ণ ্হোৱা অৱস্থা

উদাহরণ : সকলোৰে কল্যাণ হোৱাকৈ কাম কৰা উচিত

সমার্থক : কল্যাণ, মংগল, মঙ্গল, শুভ

অর্থ : মূৰৰ ওপৰৰ ফালে থকা সন্মুখৰ অংশ

উদাহরণ : ৰামৰ কপালৰ পৰা তেজ বিৰিঙিছে

সমার্থক : অগ্রশিৰ, আগমূৰ, কপাল, ললাট

ভাল   ক্ৰিয়া বিশেষণ

অর্থ : ভাল ধৰণেৰে বা যি প্রশংসাৰ যোগ্য হয়

উদাহরণ : আজি শচীনে ভাল খেলিলে

সমার্থক : বঢ়িয়া, ভালদৰে

ভাল   বিশেষণ

অর্থ : যি সকলো ফালৰ পৰা ভাল অৱস্থাত থাকে

উদাহরণ : মোৰ ভাল , আপোনাৰ ভালনে ?

সমার্থক : বঢ়িয়া

অর্থ : যি ৰুচিৰে ভৰপূৰ

উদাহরণ : তেওঁৰ ওচৰত ৰুচিসম্পন্ন কাহিনীৰ কিতাপ আছে

সমার্থক : ৰসাল, ৰুচিকৰ, ৰুচিসম্পন্ন, ৰোচক

অর্থ : যিজন ভাল গুণৰ অধিকাৰী বা যাৰ কাম আদিৰ দ্বাৰা আনৰ মঙ্গল সাধন হয়

উদাহরণ : পৃথীৱীত ভাল মানুহ এতিয়াও কমি যোৱা নাই

সমার্থক : উত্তম, সৎ

অর্থ : যি সকলোৰে লগত ভাল, উচিত আৰু প্রিয় ব্যৱহাৰ কৰে

উদাহরণ : সজ্জন লোকে যিকোনো পৰিস্থিতিত আনৰ ভাল চিন্তা কৰে

সমার্থক : সজ্জন, সাধু, সুজন, সৎ

অর্থ : যি গুণেৰে ভৰা

উদাহরণ : গুণসম্পন্ন বস্তুৰ দাম বেছি হʼলেও বেছি দিন যায়

সমার্থক : গুণজ্ঞ, গুণপূর্ণ, গুণবাচক, গুণবোধক, গুণমণ্ডিত, গুণময়, গুণযুক্ত, গুণসম্পন্ন, গুণান্বিত, গুণী, গুণৱন্ত, গুণৱান, ্গুণাত্মক

অর্থ : যিটো ভাঙি-চিঙি বা বেয়া হৈ যোৱা নাই

উদাহরণ : মই এখন পুৰণি কিন্তু ভাল গাড়ী কিনিব খোজোঁ

সমার্থক : বঢ়িয়া

অর্থ : যি ভাল ধৰণে পৰিণামৰ ৰূপত আহে

উদাহরণ : এইটো ভাল কথা যে মই তাত নাছিলো এইটো ভাল যে আপোনাক কোনেও নেদেখিল

সমার্থক : বঢ়িয়া

অর্থ : যিটো অশ্লীল নহয়

উদাহরণ : তেওঁ ্ মার্জিত সাহিত্য পঢ়ি আনন্দ লৈছে

সমার্থক : মার্জিত, শ্লীল