পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে সুজন শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

সুজন   বিশেষ্য

অর্থ : যিজন ব্যক্তিয়ে সকলোৰে লগত ভাল, মৰমলগা আৰু উচিত ব্যৱহাৰ কৰে

উদাহরণ : সৎ লোকৰ আদৰ কৰা

সমার্থক : ভাল মানুহ, সজ্জন, সৎপুৰুষ, সৎলোক

সুজন   বিশেষণ

অর্থ : যাৰ স্বভাৱ ভাল

উদাহরণ : সৌম্য লোকে নিজৰ আচৰণৰ দ্বাৰা সকলোৰে হৃদয় জয় কৰে

সমার্থক : সুশীল, সৌম্য

অর্থ : যি সকলোৰে লগত ভাল, উচিত আৰু প্রিয় ব্যৱহাৰ কৰে

উদাহরণ : সজ্জন লোকে যিকোনো পৰিস্থিতিত আনৰ ভাল চিন্তা কৰে

সমার্থক : ভাল, সজ্জন, সাধু, সৎ