পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অত্যধিক শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অত্যধিক   ক্ৰিয়া বিশেষণ

অর্থ : বহুত বেছি

উদাহরণ : ৰোগীজন বিষত বহুত পীড়িত হৈ আছে

সমার্থক : অত্যন্ত, বহুত

অত্যধিক   বিশেষণ

অর্থ : প্রয়োজনতকৈ অধিক

উদাহরণ : অত্যধিক বাৰিষাৰ কাৰণে জন-জীৱন স্তব্ধ হৈ পৰিল

সমার্থক : ভীষণ, ভয়ংকৰ, ভয়ানক

অর্থ : বহুত বেছি

উদাহরণ : মহাজন মুৰাৰীলালৰ হাতত প্রচুৰ ধন আছে তেওঁ ্তোমাক বহুত অত্যধিক ভাল পায়

সমার্থক : প্রচুৰ, বিপুল, বিস্তৰ

অর্থ : যি পৰিমাণত বেছি

উদাহরণ : তেওঁৰ দুর্দশ্া দেখি মোৰ বৰ দুখ লাগিল তেওঁ ্ বহুত সম্পত্তিৰ অধিকাৰী

সমার্থক : অগণন, অগাধ, অজস্র, অতি, অতিপাত, অতীব, অত্যন্ত, অধিক, অনেক, অসংখ্য, এগাল, কোটি কোটি, ঢেৰ, দেধাৰ, প্রগাঢ়, প্রচুৰ, বহু, বহুত, বাৰেপাচি, বিপুল, বিস্তৰ, বেছি, বৰ, যথেষ্ট, লাখ লাখ, শ শ, সৰহ, হাজাৰ হাজাৰ, হাজাৰ-বিজাৰ

অর্থ : অধিকৰো অধিক

উদাহরণ : অত্যধিক লোকে নিজৰ লʼৰা-ছোৱালীক ইংৰাজী মাধ্যমত পঢ়াবলৈ লৈছে