পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বেয়া কৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বেয়া কৰা   ক্ৰিয়া

অর্থ : কাৰোবাৰ বেয়া গুণ বা দোষ সম্পর্কে ্ কোৱা

উদাহরণ : তেওঁ ্সদায় আনৰ নিন্দা কৰে

সমার্থক : আঙুলি উঠোৱা, ঠাট্টা কৰা, থু থু কৰা, নিন্দা কৰা

অর্থ : নীতি পথৰ পৰা ভ্রষ্ট কৰা কার্য

উদাহরণ : তেওঁ ্মোৰ লʼৰাটো বেয়া কৰিলে

অর্থ : বেয়া দশা বা অৱস্থালৈ অনা কার্য

উদাহরণ : ৰঞ্জনে মোৰ ঘড়ীটো বেয়া কৰিলে

অর্থ : কোনো বস্তু তৈয়াৰ কৰাৰ সময়ত এনে ধৰণৰ ভুল ত্রুটি হোৱা যাৰ কাৰণে বস্তুটো ভাল নহয় বুলি সকলোৱে মানি লয়

উদাহরণ : দর্জীজনে মোৰ কাপোৰ যোৰ বেয়া কৰিলে

সমার্থক : নষ্ট কৰা