পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ঠাট্টা কৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ঠাট্টা কৰা   বিশেষ্য

অর্থ : পৰোক্ষ ৰূপত কাৰোবাক শুনাবৰ কাৰণে জোৰেৰে কোনো ব্যঙ্গাত্মক কথা কোৱা

উদাহরণ : তেওঁ ্ঠাট্টা কৰা অভ্যাসৰ পৰা আঁতৰি নাহে

সমার্থক : বিদ্রূপ কৰা, ব্যঙ্গ কৰা

ঠাট্টা কৰা   ক্ৰিয়া

অর্থ : কাৰোবাৰ বেয়া গুণ বা দোষ সম্পর্কে ্ কোৱা

উদাহরণ : তেওঁ ্সদায় আনৰ নিন্দা কৰে

সমার্থক : আঙুলি উঠোৱা, থু থু কৰা, নিন্দা কৰা, বেয়া কৰা

অর্থ : হাঁহি ্হাঁহি কাৰোবাক নিন্দা কৰা বা তেওঁৰ ্বেয়া কৰা

উদাহরণ : ৰামুৱে সদায় আনৰ উপহাস কৰি ভাল পায়

সমার্থক : উপহাস কৰা

অর্থ : কাৰোবাক আমনি, দুখী বা নীচ বুলি প্রতিপন্ন কৰাৰ কাৰণে কোৱা কোনো কথা যাক স্পষ্টভাৱে নকʼলেও উক্ত ধৰণৰ অভিপ্রায় প্রকাশ পায়

উদাহরণ : মোহনৰ কৃপণালিক শ্যামে ব্যঙ্গ কৰিলে

সমার্থক : ব্যঙ্গ কৰা

অর্থ : কাৰোবাক নিজৰ ব্যঙ্গাত্মক কথাৰে মর্মাহত কৰা

উদাহরণ : পৰীক্ষাত ভাল ফলাফল লাভ নকৰা কাৰণে ৰিতুক সকলোৱে ইতিকিং কৰিছিল

সমার্থক : ইতিকিং কৰা, ইয়ার্কি কৰা, কটাক্ষ কৰা, পেংলাই কৰা, বিদ্রুপ কৰা, ব্যঙ্গোক্তি কৰা, লাজ দিয়া