পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে বাধা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

বাধা   বিশেষ্য

অর্থ : কোনো কাম কৰাৰ সময়ত হোৱা বাধা

উদাহরণ : এই কামটোত বিঘিনি নঘটিবৰ কাৰণে মই ভগৱানক প্রার্থন্া কৰিছো

সমার্থক : বাধা-বিঘিনি, বিঘিনি, বিঘ্ন, বিপত্তি

অর্থ : কোনো কামত বা কথাত মানা কৰা

উদাহরণ : ন্যায়ালয়ৰ আদেশ অনুসৰি ৰাজহুৱা স্থানত ধুম-পান কৰা নিষেধ

সমার্থক : নামঞ্জুৰ, নিবাৰণ, নিষেধ, বাধা-নিষেধ, বাৰক, মানা, হাক, হাক-বচন

অর্থ : কাৰোবাক বাধা দিয়া বা হেঁ্চা প্রয়োগ কৰাৰ কাৰণে কৰা কোনো কাম

উদাহরণ : লʼৰা-ছোৱালীক কিছু পৰিমাণে নিয়ন্ত্রণ কৰাটো জৰুৰী

সমার্থক : অংকুশ, নিয়ন্ত্রণ

অর্থ : বাধাপ্রাপ্ত হোৱা অৱস্থা, ভাব বা ক্রিয়া

উদাহরণ : পানীৰ নলীত বাধা পৰা কাৰণে পানী কম কমকৈ ওলাইছে

সমার্থক : অন্তৰায়, প্রতিবন্ধ, প্রতিবন্ধক

অর্থ : কোনো কাম, পথ, বিকাশ আদিৰ সন্মুখত উপস্থিত হৈ অসুবিধাৰ সৃষ্টি হোৱা অৱস্থা

উদাহরণ : মোহনে মোৰ সকলো কামতে বাধা জন্মায়

সমার্থক : অন্তৰায়, অসুবিধা, অৱৰোধ, আলৈ-আহুকাল, আহুকাল, জেঙা, নিষেধ, প্রতিবন্ধ, প্রতিবন্ধক, প্রতিবন্ধকতা, বাধা-নিষেধ, বাধা-বিঘিনি, বাধাদান, বিঘিনি, ব্যাঘাত, লেঠা, হকা-বধা, হেঙা-পুঙা, হেঙাৰ

অর্থ : বাধা দিয়া বা ৰখোৱা কার্য

উদাহরণ : সীমাৰ ভিতৰত শত্রুৰ প্রবেশ বন্ধ কৰাত সৈনিক সফল হৈছে

সমার্থক : বন্ধ কৰা-

বাধা   বিশেষণ

অর্থ : যাক নিষেধ কৰা হৈছে

উদাহরণ : এই বিলত ্সাঁতোৰাত বাধা আছে

সমার্থক : নিষিদ্ধ, নিষেধিত, বর্জিত, মানা