পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অৱৰোধ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অৱৰোধ   বিশেষ্য

অর্থ : গতি অৱৰুদ্ধ হোৱা স্থিতি

উদাহরণ : দুর্ঘ্্টনা হোৱাৰ কাৰণে পথ অৱৰোধ হৈ পৰিছে

সমার্থক : গতিৰোধ

অর্থ : কোনো কাম, পথ, বিকাশ আদিৰ সন্মুখত উপস্থিত হৈ অসুবিধাৰ সৃষ্টি হোৱা অৱস্থা

উদাহরণ : মোহনে মোৰ সকলো কামতে বাধা জন্মায়

সমার্থক : অন্তৰায়, অসুবিধা, আলৈ-আহুকাল, আহুকাল, জেঙা, নিষেধ, প্রতিবন্ধ, প্রতিবন্ধক, প্রতিবন্ধকতা, বাধা, বাধা-নিষেধ, বাধা-বিঘিনি, বাধাদান, বিঘিনি, ব্যাঘাত, লেঠা, হকা-বধা, হেঙা-পুঙা, হেঙাৰ

অর্থ : শত্রু, অপৰাধী আদিক ঘেৰাও কৰা বা ধৰিবৰ কাৰণে কোনো ঠাইৰ অহা-যোৱা কৰা পথ বন্ধ কৰা কার্য

উদাহরণ : ভাৰত আৰু পাকিস্তানৰ সীমাত সন্ত্রাসবাদীৰ অনুপ্রৱেশ ৰুধিবৰ কাৰণে পথ অৱৰোধ কৰা হৈছে

সমার্থক : অৱৰোধন, ঘেৰিধৰণ