পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অংকুশ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অংকুশ   বিশেষ্য

অর্থ : কাৰোবাক বাধা দিয়া বা হেঁ্চা প্রয়োগ কৰাৰ কাৰণে কৰা কোনো কাম

উদাহরণ : লʼৰা-ছোৱালীক কিছু পৰিমাণে নিয়ন্ত্রণ কৰাটো জৰুৰী

সমার্থক : নিয়ন্ত্রণ, বাধা

অর্থ : সৰু দুমুখীয়া জোং যিহেৰে হাতী চলোৱা হয় আৰু বশ কৰিবৰ কাৰণে ৰাখেহাতী চলাবলৈ আৰু বশ কৰিবলৈ ব্যৱহাৰ কৰা সৰু দুমুখীয়া জোং

উদাহরণ : মেলাত মাউতে হাতীৰ মূৰত বাৰে বাৰে অংকুশেৰে প্রহাৰ কৰিছিল

সমার্থক : অঙ্কুশ, গজাকোঁহ, গজাঙ্কুশ, গুপ্তি, ডঠ, ডঠা, যঠা, লাং চিং, হস্তীবাহ