পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে নলী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

নলী   বিশেষ্য

অর্থ : নিঃসৰণ বা নিষ্কাশনৰ বাবে থকা নলীৰ নিচিনা গঠন যʼত কিছুমান তৰল থাকে

উদাহরণ : আমাৰ শৰীৰত কেইবা ধৰণৰ নলিকা থাকে

সমার্থক : নলিকা

অর্থ : পানী বৈ যোৱা সৰু পথ বা সৰু জান

উদাহরণ : জাবৰ-জোথৰ উটি অহাৰ ফলত নর্দম্াৰ মুখখন বন্ধ হৈ গʼল

সমার্থক : নর্দম্া, নলা, লোৰ

অর্থ : গোল-দীঘলীয়া ফোঁপোলা বস্তু

উদাহরণ : তেওঁ ্ পাইপেৰে নাৰিকলৰ পানী খাই আছে

সমার্থক : চুঙা, চুঙী, নল, নলা, নলিচা, পাইপ

অর্থ : যিডাল ধাতুৰ নলীৰে চহৰ-নগৰৰ ঘৰে ঘৰে খোৱাপানী, গা-ধোৱা পানী আহে

উদাহরণ : এতিয়ালৈকে পানী-নলীত পানী অহাই নাই

সমার্থক : টেপ, পানী-নলী