পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে টেপ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

টেপ   বিশেষ্য

অর্থ : যি যন্ত্রৰ দ্বাৰা গান, ভাষণ আদি টেপ কৰিব পৰা যায় বা শুনিব পৰা যায়

উদাহরণ : তেওঁ দিনৰ দিনটো টেপ শুনি থাকে

সমার্থক : টেপ-ৰেকর্ডাৰ

অর্থ : দূৰত্ব জোখা এক মাপক

উদাহরণ : তেওঁ ফিটাৰে পথটো জুখি আছে

সমার্থক : ফিটা

অর্থ : যিডাল ধাতুৰ নলীৰে চহৰ-নগৰৰ ঘৰে ঘৰে খোৱাপানী, গা-ধোৱা পানী আহে

উদাহরণ : এতিয়ালৈকে পানী-নলীত পানী অহাই নাই

সমার্থক : নলী, পানী-নলী

অর্থ : চুম্বকীয় ফিটাযুক্ত এবিধ সামগ্রী যি ধ্বনি বা ভিডিঅʼ ্ৰেকর্ড ্কৰা বা শুনাৰ কামত আহে

উদাহরণ : মোৰ ওচৰত লতা আৰু ৰফীৰ সকলো গানৰ কেছেট আছে

সমার্থক : কেছেট

অর্থ : চুম্বকীয় ফিটাৰ ওপৰত ৰেকর্ড ্কৰা কার্য

উদাহরণ : তেওঁ নিজৰ সন্তানৰ কলকলনি টেপ কৰি থʼলে