পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে নলা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

নলা   বিশেষ্য

অর্থ : পানী বৈ যোৱা সৰু পথ বা সৰু জান

উদাহরণ : জাবৰ-জোথৰ উটি অহাৰ ফলত নর্দম্াৰ মুখখন বন্ধ হৈ গʼল

সমার্থক : নর্দম্া, নলী, লোৰ

অর্থ : গোল-দীঘলীয়া ফোঁপোলা বস্তু

উদাহরণ : তেওঁ ্ পাইপেৰে নাৰিকলৰ পানী খাই আছে

সমার্থক : চুঙা, চুঙী, নল, নলিচা, নলী, পাইপ

অর্থ : জলসিঞ্চন, যাত্রা আদিৰ কাৰণে সৰু নদীৰ নিচিনাকৈ ব্যৱস্থা কৰি লোৱা জলপথ

উদাহরণ : পাহাৰীয়া ঠাইত জান কাটি উলিওৱাটো কঠিন

সমার্থক : জান, লোৰ

অর্থ : বৰষুণৰ পানী বৈ অহা জলপথ

উদাহরণ : একেৰাহে বৰষুণ হোৱাৰ কাৰণে নলাবোৰ ওপচি পৰিছে

সমার্থক : নলা-নর্দ্্মা

অর্থ : যি নলীৰে লেতেৰা পানী আদি বৈ যায়

উদাহরণ : ঘৰৰ নর্দ্্মাৰ পৰা ওলোৱা পানী গৈ বাটত একগোট হʼলে বেমাৰৰ উৎপন্ন হʼব পাৰে

সমার্থক : নর্দ্্মা

অর্থ : যাৰ মাজেদি বৰষুণৰ পানী বা ময়লা যুক্ত পানী বৈ যায়

উদাহরণ : এই নলাটোৰ পানী চহৰৰ দূৰৈৰ এখন নদীত গৈ পৰিছে

সমার্থক : নলা-নর্দ্্মা