পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ধৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ধৰা   বিশেষ্য

অর্থ : ধৰা কার্য

উদাহরণ : তেওঁৰ ্ধৰাটো ঢিলা হোৱা কাৰণেই মাছটো পানীত জপিয়াই পৰিল

অর্থ : মনোভাব আদিক নিয়ন্ত্রণত ৰখা কার্য

উদাহরণ : মায়ে ৰাতিপুৱাৰ পৰা ধৰা কথাটো দেউতা অহাৰ লগে লগেই উজাৰি দিলে

অর্থ : মানুহ আৰু অন্যান্য জীৱ-জন্তুৱে বাস কৰা সৌৰজগতৰ এটি গ্রহ

উদাহরণ : পৃথিৱী সূর্যৰ ্ চাৰিওফালে ঘূৰে

সমার্থক : ইহজগত, জগত, জীৱলোক, ধৰণী, ধৰিত্রী, পৃথিৱী, বসুধা, বসুমতী, বিশ্ব, ভূ, ভূলোক, ভূৱন, মর্ত্য, মেদিনী

ধৰা   ক্ৰিয়া

অর্থ : কিবা কৰি থকা কাৰোবাক কোনো বিশেষ কাৰণত বাধা দিয়া

উদাহরণ : নিৰীক্ষকে নকল কৰি থকা পৰীক্ষার্থীক ধৰিলে

অর্থ : আক্রান্ত হোৱা

উদাহরণ : মোৰ বেয়াকৈ পানীলগাই ধৰিছে

অর্থ : কʼৰবালৈ যাবৰ কাৰণে কোনো বাহন বা ৰাস্তাৰ ব্যৱহাৰ কৰা

উদাহরণ : মুম্বাইলৈ যাবৰ কাৰণে মই দহ বজাৰ ৰেল ধৰিলো আমি তালৈ যাবৰ কাৰণে এখন ৰিক্সা লʼলোঁ

সমার্থক : লোৱা

অর্থ : কল্পনা কৰা

উদাহরণ : আমি প্রশ্নৰ সমাধান কৰিবৰ কাৰণে ক আৰু খ-ক অজ্ঞাত ৰাশি স্থানত ধৰিছোঁ

সমার্থক : কল্পনা কৰা, ধৰি লোৱা

অর্থ : বতাহ, সেমেকা বতৰ আদিত ধাতু নষ্ট হোৱা অৱস্থা

উদাহরণ : বৰষুণত লোহা মামৰে খায়

সমার্থক : খোৱা

অর্থ : কʼৰবালৈ যাবৰ বাবে বাহন আদিৰ ওচৰ পোৱা

উদাহরণ : পলম হোৱাৰ কাৰণে আমি দহ বজাৰ বাচ ধৰিব নোৱাৰিলো

অর্থ : কোনো বস্তু পৰি নোযোৱাকৈ বা এৰাব নোৱাৰাকৈ হাতত লোৱা কার্য

উদাহরণ : ৰাস্তাটো পাৰ কৰাবৰ কাৰণে ককাদেউতাকে শিশুটোৰ হাতত ধৰিলে