পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে খোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

খোৱা   বিশেষ্য

অর্থ : খোৱা কার্য

উদাহরণ : আমি জংঘলত বাঘে কুকুৰ এটা ভক্ষণ কৰি থকা দেখিলোঁ

সমার্থক : ভক্ষণ

খোৱা   ক্ৰিয়া

অর্থ : মুখৰ সহায়ত খাদ্য আদি পেটলৈ লৈ যোৱা কার্য

উদাহরণ : লʼৰাজনৰ ভাত খোৱা হʼল বেমাৰীজনে ঔষধটো গিলিলে

সমার্থক : আহাৰ কৰা, গিলা, ভক্ষণ কৰা, ভোজন কৰা

অর্থ : মদ সেৱন কৰা

উদাহরণ : উৎসৱৰ দিনাখনো তেওঁ ্খায়

সমার্থক : গিলা, পান কৰা

অর্থ : কোনো বস্তু প্রয়োজনতকৈ অধিক ব্যৱহাৰ হোৱা বা নষ্ট হোৱা

উদাহরণ : এই গাড়ীখনে বহুত পেট্রʼল খায়

সমার্থক : লোৱা

অর্থ : জুলীয়া বস্তু মুখত লৈ গলেৰে লৈ যোৱা

উদাহরণ : সি গাখীৰ খাইছে মানুহজনে মদ্য পান কৰিছে

সমার্থক : গলাধঃকৰণ কৰা, পান কৰা, পি-খোৱা

অর্থ : চিন্তা, বেমাৰ আদিৰ পৰা শৰীৰৰ ওপৰত কুপ্রভাৱ পৰা বা কাৰোবাৰ মৃত্যু হোৱা

উদাহরণ : বোৱাৰীৰ মৃত্যুৰ পিছতো মাক চিন্তাই খাই মাৰিছে

অর্থ : কথা আদিৰে অশান্তি কৰি থকা

উদাহরণ : আজি সি মোৰ মূৰ খাই দিছে

সমার্থক : চোবোৱা

অর্থ : বাহি থোৱা ভোজন গ্রহণ কৰা

উদাহরণ : কথা সমাপ্তিৰ পিছত ভক্ত সকলে শাৰী পাতি বহি খাই আছিল

সমার্থক : ভোজন কৰা

অর্থ : কোনো খোৱা বস্তু মুখৰ ভিতৰত সুমুৱাই লৈ ইফালে-সিফালে কৰা

উদাহরণ : তেওঁ মর্টন ্চোৱাই আছে

সমার্থক : চোৱোৱা

অর্থ : বতাহ, সেমেকা বতৰ আদিত ধাতু নষ্ট হোৱা অৱস্থা

উদাহরণ : বৰষুণত লোহা মামৰে খায়

সমার্থক : ধৰা

অর্থ : ব্যক্তিৰ গুণ আদি নষ্ট কৰা

উদাহরণ : অহংকাৰে মানুহক বর্বাদ কৰে

সমার্থক : নষ্ট কৰা, বর্বাদ কৰা