পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে দোষাৰোপ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

দোষাৰোপ   বিশেষ্য

অর্থ : কাৰোবাৰ ওপৰত কোনো দোষ লগোৱা কার্য ্বা এওঁ অমুক দোষ বা অপৰাধ কৰিছে বুলি কাৰোবাৰ ওচৰত কোৱা কার্য

উদাহরণ : অনাহকতে কাকো দোষাৰোপ কৰা উচিত নহয়

সমার্থক : দোষাৰোপন

অর্থ : অভিযুক্তৰ ওপৰত দোষ প্রমাণিত হোৱা সিদ্ধান্ত

উদাহরণ : দোষাৰোপৰ পিছত অভিযুক্তক চাৰি বছৰৰ কাৰাদণ্ড বিহা হʼল

সমার্থক : দোষনিৰ্ণয়

অর্থ : এওঁ এইদৰে কৰিছে বুলি কাৰোবাৰ বিষয়ে কোৱা:দুর্নীতিৰ অভিযোগত তেওঁক নিলম্বিত কৰা হৈছে

উদাহরণ :

সমার্থক : অনুযোগ, অভিযোগ, দোষাৰোপন, দোষী, নালিছ

অর্থ : দোষমুক্তিৰ বাবে বা ক্ষতিপূৰণৰ নিমিত্তে ন্যায়ালয়ত কৰা প্রার্থন্া

উদাহরণ : অনুসন্ধানৰ অন্তত গম পোৱা গʼল যে তেওঁৰ ওপৰত লগোৱা অভিযোগটো মিছা

সমার্থক : অনুযোগ, অভিযোগ, দায়ীকৰা-, দোষ, দোষাৰোপণ, দোষীকৰা-, নালিছ