পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে অভিযোগ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

অভিযোগ   বিশেষ্য

অর্থ : কাৰোবাৰ ওপৰত অপৰাধৰ অভিযোগ, দোষ বা আৰোপ লগোৱা কার্য

উদাহরণ : তেওঁ নিজৰ অভিযোগ প্রমাণ কৰিব নোৱাৰিলে

সমার্থক : আৰোপ, গোচৰ

অর্থ : এওঁ এইদৰে কৰিছে বুলি কাৰোবাৰ বিষয়ে কোৱা:দুর্নীতিৰ অভিযোগত তেওঁক নিলম্বিত কৰা হৈছে

উদাহরণ :

সমার্থক : অনুযোগ, দোষাৰোপ, দোষাৰোপন, দোষী, নালিছ

অর্থ : দোষমুক্তিৰ বাবে বা ক্ষতিপূৰণৰ নিমিত্তে ন্যায়ালয়ত কৰা প্রার্থন্া

উদাহরণ : অনুসন্ধানৰ অন্তত গম পোৱা গʼল যে তেওঁৰ ওপৰত লগোৱা অভিযোগটো মিছা

সমার্থক : অনুযোগ, দায়ীকৰা-, দোষ, দোষাৰোপ, দোষাৰোপণ, দোষীকৰা-, নালিছ

অর্থ : কাৰোবাৰ ব্যৱহাৰ, কার্য আদিত দুখী হৈ তেওঁৰ ্ বা তেওঁৰ সম্বন্ধীয় কোনোলোকক উদয় হোৱা দুখৰ বিষয়ে কোৱা কার্য

উদাহরণ : মোৰ আপোনাৰ ওচৰত কোনো আপত্তি নাই, এতিয়া আপুনি যাব পাৰে

সমার্থক : আপত্তি, ওজৰ, ওজৰ-আপত্তি

অভিযোগ   বিশেষণ

অর্থ : অভিযোগেৰে ভৰা বা অভিযোগৰ সৈতে যুক্ত

উদাহরণ : তেওঁ ্ৰাষ্ট্রপতিলৈ এখন অভিযোগ পত্র লিখিলে

সমার্থক : অপবাদযুক্ত