পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে দেশ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

দেশ   বিশেষ্য

অর্থ : কোনো এখন দেশৰ এটা অংশ যʼত তাৰ নাগৰিকৰ শাসন-পদ্ধতি, ভাষা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি অন্যৰ পৰা পৃথক আৰু স্বতন্ত্র

উদাহরণ : অসম ভাৰতবর্ষৰ ্ এখন ৰাজ্য স্বাধীন ভাৰতত এতিয়া ঊনত্রিশখন প্রদেশ আছে

সমার্থক : প্রদেশ, প্রান্তৰ, ৰাজ্য

অর্থ : কোনো দেশৰ প্রশাসনীয় দল বা চৰকাৰ

উদাহরণ : দেশে অতি সোনকালেই কেইখনমান নতুন আঁচনি আৰম্ভ কৰিব

সমার্থক : চৰকাৰ, ৰাষ্ট্র

অর্থ : এখন ধৰি লোৱা ক্ষেত, যʼত কোনোবাই প্রভাৱ বিস্তাৰ

উদাহরণ : চাৰিওফালে মিছাৰ ৰাজ্য

সমার্থক : সাম্রাজ্য, স্থলী, ৰাজ্য

অর্থ : এখন নির্দিষ্ট সংবিধান মানি চলা বিভিন্ন ৰাজ্য, নগৰ আদি থকা পৃথিৱীৰ এক বিশেষ ভূ-ভাগ

উদাহরণ : ভাৰতবর্ষ ্মোৰ দেশ দেশতকৈ মোমাই ডাঙৰ নহয়

সমার্থক : ৰাষ্ট্র

অর্থ : কোনো দেশত বাস কৰা লোক

উদাহরণ : গান্ধীজীৰ মৃত্যুত গোটই দেশে কান্দিছিল

সমার্থক : ৰাষ্ট্র

অর্থ : আপুনি বাস কৰা দেশ, প্রদেশ, জিলা, ক্ষেত্র, চহৰ গাঁও আদি

উদাহরণ : ভাৰত মোৰ দেশ

সমার্থক : গৃহভূমি