পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ৰাজ্য শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ৰাজ্য   বিশেষ্য

অর্থ : এজন ৰজা বা ৰাণীৰ দ্বাৰা শাসিত অঞ্চল

উদাহরণ : মোগলকালীন যুগত ভাৰতবর্ষ সৰু-সৰু ্ৰাজ্যত বিভক্ত আছিল

সমার্থক : প্রদেশ

অর্থ : যি শাসনতন্ত্রত ৰাজ্যৰ শাসন কোনো ৰজা বা ৰাণীৰ অধীনত থাকে

উদাহরণ : খৰাং বতৰৰ কাৰণে ৰাজ্যই সকলো কৃষকৰে কৰ ৰেহাই দিলে

অর্থ : কোনো প্রদেশত বসবাস কৰা লোক

উদাহরণ : সমগ্র ৰাজ্য মুদ্রাস্ফীতিৰ কাৰণে বিবুধিত পৰিছে

সমার্থক : প্রদেশ, প্রান্ত

অর্থ : কোনো এখন দেশৰ এটা অংশ যʼত তাৰ নাগৰিকৰ শাসন-পদ্ধতি, ভাষা, ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ আদি অন্যৰ পৰা পৃথক আৰু স্বতন্ত্র

উদাহরণ : অসম ভাৰতবর্ষৰ ্ এখন ৰাজ্য স্বাধীন ভাৰতত এতিয়া ঊনত্রিশখন প্রদেশ আছে

সমার্থক : দেশ, প্রদেশ, প্রান্তৰ

অর্থ : এখন ধৰি লোৱা ক্ষেত, যʼত কোনোবাই প্রভাৱ বিস্তাৰ

উদাহরণ : চাৰিওফালে মিছাৰ ৰাজ্য

সমার্থক : দেশ, সাম্রাজ্য, স্থলী

অর্থ : স্বায়ত্ব অঞ্চলৰ শাসনৰ দ্বাৰা সন্মিলিত হোৱা লোক-সমষ্টি ................???

উদাহরণ : ৰাজ্য আয়কৰ বৃদ্ধি কৰি দিলে

সমার্থক : প্রদেশ