পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে দিয়া শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

দিয়া   ক্ৰিয়া

অর্থ : খেল আদিত কোনো পইণ্ট বা লক্ষ্য প্রাপ্ত কৰা

উদাহরণ : আমি দুগোল দিলোঁ

সমার্থক : কৰা, বনোৱা

অর্থ : আনৰ শৰীৰ বা শৰীৰৰ কোনো ভাগক কাপোৰ আদিৰে ঢকা কার্য

উদাহরণ : দেউতাকে শুই থকা শিশুটোৰ গাত কাপোৰ দিলে

সমার্থক : উৰি দিয়া, জাপি দিয়া

অর্থ : কাৰোবাৰ ওপৰত দোষ আদি দিয়া

উদাহরণ : তেওঁ নিজৰ দোষ মোৰ ওপৰত আৰোপ কৰিলে

সমার্থক : আৰোপ কৰা, লগোৱা

অর্থ : কাৰোবাক কিবা হস্তান্তৰ কৰা???

উদাহরণ : অধ্যাপকজনে তেওঁক পুৰস্কাৰ দিছে

সমার্থক : প্রদান কৰা

অর্থ : কাৰোবাক দুখী কৰা বা কাৰোবাৰ হানি কৰা

উদাহরণ : পুতেকে নিজৰ ঘৰ এৰি মাক-দেউতাকক বহুত দুখ দিলে

অর্থ : * সুলভ বা উপল্্ব্ধ কৰা

উদাহরণ : কʼৰবালৈ অহা-যোৱা কৰিবৰ কাৰণে আমি বাহনো দি্ওঁ

সমার্থক : উপল্্ব্ধ থকা, প্রদান কৰা, সুলভ থকা