পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কৰা   বিশেষ্য

অর্থ : কোনো কাম কৰা কার্য ্বা ভাৱ

উদাহরণ : ইংৰাজসকল ইয়াত বেপাৰ কৰাত সফল হʼল

সমার্থক : কাম কৰা

কৰা   ক্ৰিয়া

অর্থ : খেল আদিত কোনো পইণ্ট বা লক্ষ্য প্রাপ্ত কৰা

উদাহরণ : আমি দুগোল দিলোঁ

সমার্থক : দিয়া, বনোৱা

অর্থ : চৰিতার্থ ্কৰা

উদাহরণ : তেওঁৰ ্ৰামৰ অভিনয় বৰ ভালদৰে কৰিলে

সমার্থক : পালন কৰা

অর্থ : কাৰোবাৰ প্রগতিৰ স্তৰ নিৰূপণ কৰা কার্য

উদাহরণ : শ্যামে নতুন শ্রেণীত কেনেকুৱা কৰিছে

অর্থ : কোনো কাম আদিত ভালদৰে নিমগ্ন হোৱা

উদাহরণ : তুমি নিজৰ কাম কৰা, সফলতা নিশ্চয় এদিন আহিব

সমার্থক : লাগি থকা

অর্থ : (ত) লগোৱা বা কৰা

উদাহরণ : চেষ্টা কৰা সন্ধান কৰা প্রেম কৰিবা, যুদ্ধ নহয়

অর্থ : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা

উদাহরণ : এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা

সমার্থক : ঠিক কৰা, নিষ্পত্তি কৰা, শেষ কৰা, সম্পাদন কৰা

অর্থ : * গুণ বা লক্ষণেৰে যুক্ত কৰা অথবা কাৰোবাক নিশ্চিত গুণ দিয়া

উদাহরণ : মোক মূর্খ ্ সজাব নালাগে এই কথাটোকে ডাঙৰ কৰিব নালাগে

সমার্থক : বনোৱা, সজোৱা