পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে দল শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

দল   বিশেষ্য

অর্থ : ফুল গছৰ সেই ৰং-চঙীয়া অংশ, যি মেল খালে বা প্রসাৰিত হʼলে ফুলৰ ৰূপ লয়

উদাহরণ : লʼৰাটোৱে পদুমৰ পাহিবোৰ আজুৰিছে

সমার্থক : পাহি

অর্থ : একে ঠাইতে জমা কৰা বা হোৱা একাধিক বস্তুৰ একত্রিত ৰূপ

উদাহরণ : সমূহ ৰাইজৰ হৈ তেওঁ ্ কথাষাৰ কʼলে সুৰেশে খৰিৰ দʼমত জুই লগাই দিলে

সমার্থক : গণ, গোট, জাক, জুম, দʼম, পাল, পুঞ্জ, বাঁহ, মখা, মাউখ, যূথ, সমষ্টি, সমূহ

অর্থ : কোনো বিশেষ মতৰ সমর্থন ্কৰা লোকৰ সমূহ

উদাহরণ : আপুনি কোন দলৰ প্রতিনিধিত্ব কৰিছে

সমার্থক : পক্ষ, পার্টী

অর্থ : গছ-গছনি, লতিকা আদিৰ ঠাল-ঠেঙুলিত লাগি থকা বিশেষকৈ সেউজীয়া বা বিভিন্ন ৰঙৰ পাতল, চেপেটা অৱয়ব

উদাহরণ : তেওঁ ্ বাগিচাত পৰা শুকান পাতবোৰ সাৰি আছে

সমার্থক : পত্র, পর্ণ, পাত

অর্থ : কোনো কার্য ্বা উদ্দেশ্য সিদ্ধিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ

উদাহরণ : সম্প্রতি সমাজত নিতৌ নতুন-নতুন দলৰ জন্ম হৈ আছে

সমার্থক : মণ্ডল, মণ্ডলী, সংগঠন

অর্থ : কোনো বিশেষ কার্য, প্রদর্শন, ব্যৱসায় আদিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ

উদাহরণ : আমাৰ চহৰত চিত্রকূটৰ ৰাম-লীলা দল আহি আছেহি

সমার্থক : পার্টী, মণ্ডলী, সংঘ, সঙ্ঘ

অর্থ : আনন্দ লাভ কৰিবৰ বাবে একত্রিত হোৱা মানুহৰ সমূহ

উদাহরণ : তেওঁ ্খাই উঠি পার্টীত যোগ দিলে

সমার্থক : পার্টী

অর্থ : জোৰেৰে আগবাঢ়ি যোৱা জনসমূহ বিশেষ

উদাহরণ : সীমান্তত সৈনিকৰ দল দেখিবলৈ পোৱা গৈছে

সমার্থক : জাক

অর্থ : লগুৱা-লিকচৌ আৰু পাৰিষদ আদি

উদাহরণ : ৰজাই নিজৰ পাৰিষদ্্বর্গৰ লগত চিকাৰলৈ ওলাইছে

সমার্থক : পাৰিষদ্্বর্গ, ্গোট