পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে খোলা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

খোলা   বিশেষ্য

অর্থ : শামুক বা তেনেধৰণৰ জন্তুৰ কঠিন আৱৰণ

উদাহরণ : মায়ে খোলাৰে মালা চিলাই আছে

সমার্থক : কৱচ, খোলক

অর্থ : ওপৰত থকা কোনো তৰপ বিশেষ যাৰ তলত কোনো ফল বা জীৱ থাকে

উদাহরণ : বাদামৰ ওপৰত বহুত টান খোলা থাকে

সমার্থক : আৱৰণ, কবচ

অর্থ : বিশেষকৈ কয়লা বা খৰিৰে জুই ধৰা লোহা, মাটি আদিৰ মুখ থকা এক পাত্র বা ঠাই বিশেষ

উদাহরণ : তেওঁ জুহালত চাহ বনাই আছে

সমার্থক : আখা, জুইশাল, জুহাল

খোলা   ক্ৰিয়া

অর্থ : কোনো বস্তুৰ সন্মুখৰ আচ্ছাদন বা ওপৰৰ আৱৰণ আঁতৰোৱা

উদাহরণ : সময় হোৱাৰ লগে লগে মঞ্চৰ আঁৰ্কাপোৰ খোল খালে

সমার্থক : খোল খোৱা

অর্থ : চিলাই, বোৱনী আদিৰ সূতা পৃথক কৰা

উদাহরণ : সীমাই চেলোৱাৰৰ চিলনি খুলিছে

সমার্থক : এৰোৱা

অর্থ : গুপ্ত বা গূঢ় কথা প্রকট বা স্পষ্ট কৰা

উদাহরণ : তেওঁ নিজৰ প্রেম বিবাহৰ ৰহস্য খুলিলে

অর্থ : বন্ধা অথবা জোৰা লগোৱা বস্তু আঁতৰি যোৱা

উদাহরণ : মোৰ ধুতিখন খুলি গʼল আপোনাৰ কামিজৰ বুটামটো খুলি গʼল

সমার্থক : খুলি যোৱা

অর্থ : ঢকা বা বাধা দিয়া বস্তু আঁতৰোৱা

উদাহরণ : কোনোবা আদিছে, দুৱাৰখন খোলা

অর্থ : কোনো সঁজুলিৰ মেৰামতি কৰিবৰ বাবে তাৰ অংগবোৰ পৃথক কৰা

উদাহরণ : ঘড়ীৰ মেকানিকে বেটাৰী লগাবৰ বাবে ঘড়ীটো খুলিলে

অর্থ : পিন্ধা বস্তু পৃথক কৰা

উদাহরণ : লʼৰাটোৱে গা-ধোৱাৰ কাৰণে নিজৰ কাপোৰ খুলিলে

সমার্থক : সোলোকোৱা

অর্থ : বন্ধন, গাঁঠি আদি খোলা

উদাহরণ : জোতাৰ ৰচীডাল খোলা

অর্থ : নিতৌ কার্য আৰম্ভ ্হোৱা

উদাহরণ : এই বেংকটো ন বজাত খোলে

অর্থ : গুপ্ত বা গূঢ় কথা প্রকাশ হোৱা

উদাহরণ : তেওঁৰ ৰহস্য খুলিল

সমার্থক : ওলোৱা, ফাদিল হোৱা

অর্থ : নতুনকৈ আৰম্ভ কৰা

উদাহরণ : প্রতিবেশীয়ে বাচনৰ আৰু এখন দোকান খুলিলে

অর্থ : বেংক আদিত খাটা আৰম্ভ কৰা

উদাহরণ : ইয়াৰ সকলো কর্ম্্চাৰীয়ে কানাড়া বেংকত খাটা খুলিছে

খোলা   বিশেষণ

অর্থ : যিটো বান্ধি ৰখা হোৱা নাই:মুকলি হৈ থকা চৰাইবোৰে আকাশত আনন্দতে কিচিৰ-মিচিৰ কৰি আছে

উদাহরণ :

সমার্থক : অনাচ্ছাদিত, অনাবৃত, উদং, উন্মুক্ত, ঢঢৈয়া, ধোবাং বাং, ফলং, ফলং-লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি

অর্থ : ঢাকি নৰখা বা আৱৰি নৰখা

উদাহরণ : উদং হৈ থকা বস্তুবোৰ ঢাকি ৰাখা

সমার্থক : অনাচ্ছাদিত, অনাবৃত, অনাৱেষ্টিত, আৱৰণহীন, উদং, উন্মুক্ত, ঢঢৈয়া, ঢাকনহীন, ধোবাং বাং, ফলং লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি

অর্থ : যিটো বন্ধ নহয়

উদাহরণ : খোলা দুৱাৰেদি কুকুৰটো ভিতৰলৈ আহিল

অর্থ : কঠোৰতাৰ শুধৰণি বিচৰা তথা প্রগতিশীল বিচাৰধাৰাৰ সমর্থক

উদাহরণ : সমাজত উদাৰ ব্যক্তিৰ বহু প্রয়োজন আছে

সমার্থক : অকপট, উদাৰ, উদাৰ-চিতীয়া, উদাৰ-মনা, উদাৰচিত্ত, উদাৰচেতা, উদাৰমতি, উদাৰমনা, খোলামনৰ, পেটেমুখে একে, মনে মুখে একে