পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে কবচ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

কবচ   বিশেষ্য

অর্থ : যিহেৰে কোনো বস্তু আদি ঢাকি থোৱা হয় বা ঢাকিবৰ কাৰণে ব্যৱহাৰ কৰা বস্তু

উদাহরণ : আচ্ছাদকৰ বস্তু সুৰক্ষিত হৈ থাকে

সমার্থক : আচ্ছাদক, আচ্ছাদন, আৱৰণ, ঢাকনি

অর্থ : ওপৰত থকা কোনো তৰপ বিশেষ যাৰ তলত কোনো ফল বা জীৱ থাকে

উদাহরণ : বাদামৰ ওপৰত বহুত টান খোলা থাকে

সমার্থক : আৱৰণ, খোলা

অর্থ : লো আদিৰে তৈয়াৰী আৱৰণ, যিয়ে যুদ্ধৰ সময়ত অস্ত্র-শস্ত্রৰ পৰা যুদ্ধাক সুৰক্ষা প্রদান কৰা

উদাহরণ : আক্রমণৰ পৰা ৰক্ষা পাবৰ কাৰণে কবচ ব্যৱহাৰ কৰা হয়

সমার্থক : অংগৰক্ষী