পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে এৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

এৰা   বিশেষ্য

অর্থ : কোনো বস্তু বা প্রাণীৰ সৈতে সম্বন্ধ ছিঙি পেলোৱা কার্য

উদাহরণ : পত্নী তথা লʼৰা-ছোৱালী এৰাৰ পিছত ্তেওঁ কেতিয়াও সুখী হʼব নোৱাৰিলে

সমার্থক : ত্যাগ, পৰিত্যাগ

অর্থ : এক উদ্ভিদ যাৰ ফলৰ পৰা তেল উলিওৱা হয়

উদাহরণ : এৰাৰ ফল কাঁইটীয়া হয়

সমার্থক : এৰণ্ড

অর্থ : নিজৰ অধিকাৰ বা স্বত্ব চিৰদিনৰ কাৰণে বা সম্পূর্ণ ৰূপে এৰি দিয়া কার্য

উদাহরণ : ৰজাই পদ এৰাৰ কাৰণে প্রজা অতি দুখী হʼল

সমার্থক : উৎসর্গ, ত্যাগ, পৰিত্যাগ

এৰা   ক্ৰিয়া

অর্থ : কোনো কাৰণত কোনো কাম নকৰা

উদাহরণ : মই দ্বিতীয় আৰু পঞ্চম প্রশ্নটো এৰিলোঁ

সমার্থক : এৰি দিয়া

অর্থ : ব্যৱহাৰ বা সেৱন নকৰা

উদাহরণ : মোহনে দুমাহ আগতেই মদ এৰিলে

সমার্থক : ত্যাগ কৰা

অর্থ : নিজৰ লগত নৰখা অথবা অন্য কোনো ঠাইত ৰখা বা থৈ অহা

উদাহরণ : তেওঁ ্মোক মেলাতে এৰিলে

সমার্থক : এৰি দিয়া

অর্থ : কোনো ঠাইৰ পৰা আঁ্তৰা বা প্রস্থান কৰা

উদাহরণ : ৰেলগাড়ীয়ে ষ্টেচন এৰিলে

অর্থ : নিজৰ অধিকাৰ, প্রভুত্ব আদিৰ পৰা আঁতৰি অহা কার্য

উদাহরণ : ৰজাই ৰাজ-সিংহাসন এৰি দিলে মিছা আৰোপ লগোৱাৰ কাৰণে সঞ্চালকে নিজৰ পদবীৰ পৰা আঁতৰি গʼল

সমার্থক : আঁতৰি যোৱা, এৰি দিয়া, ত্যাগ কৰা

অর্থ : ধ্যান নিদিয়া বা গণনা নকৰা

উদাহরণ : বৰষুণৰ দিনকেইটাৰ বাদে ইয়াত গোটেই বছৰ জুৰি ্ পর্যটকৰ ্ লানি লাগি থাকে

সমার্থক : বাদ দিয়া

অর্থ : কোনো কাম বা চলি থকা কোনো ক্রম মাজতে বন্ধ হৈ যোৱা

উদাহরণ : কাম-কাজ সকলো বন্ধ হৈ গʼল বৰষুণ থামিল

সমার্থক : থামা, বন্ধ হোৱা, ৰৈ যোৱা, ৰোৱা

এৰা   বিশেষণ

অর্থ : ওলাই যোৱা বা দলি মাৰি পঠোৱা

উদাহরণ : ধনুৰ পৰা এৰা কাঁড়পাতে পোনে-পোনে গৈ লক্ষ্য ভেদ কৰিলে