পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে এৰি দিয়া শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

এৰি দিয়া   ক্ৰিয়া

অর্থ : কোনো কাৰণত কোনো কাম নকৰা

উদাহরণ : মই দ্বিতীয় আৰু পঞ্চম প্রশ্নটো এৰিলোঁ

সমার্থক : এৰা

অর্থ : নিজৰ লগত নৰখা অথবা অন্য কোনো ঠাইত ৰখা বা থৈ অহা

উদাহরণ : তেওঁ ্মোক মেলাতে এৰিলে

সমার্থক : এৰা

অর্থ : নিজৰ অধিকাৰ, প্রভুত্ব আদিৰ পৰা আঁতৰি অহা কার্য

উদাহরণ : ৰজাই ৰাজ-সিংহাসন এৰি দিলে মিছা আৰোপ লগোৱাৰ কাৰণে সঞ্চালকে নিজৰ পদবীৰ পৰা আঁতৰি গʼল

সমার্থক : আঁতৰি যোৱা, এৰা, ত্যাগ কৰা