পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে আঁৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

আঁৰ   বিশেষ্য

অর্থ : আঁৰ কৰিবলৈ বিশেষকৈ দুৱাৰ-খিৰিকিত ওলোমাই ৰখা কাপোৰ

উদাহরণ : তেওঁৰ দুৱ্াৰত এখন উৱলি যোৱা পর্দা লগাই থৈছে

সমার্থক : আঁৰ-ক্াপোৰ, চিক, ঢাপলিকা, পর্দা, পর্দ্দা

অর্থ : সন্মুখৰ বস্তু দেখা নোপোৱা এক ধৰণৰ বাধা

উদাহরণ : ৰামে বালীক গছৰ ্আঁৰৰ ্পৰা মাৰিলে

অর্থ : দুটা বিন্দুৰ মাজত থকা স্থান বা সময়

উদাহরণ : কামৰ ফাঁকত তেওঁ ঘৰলৈ গʼল

সমার্থক : অন্তৰাল, গেপ, ফাঁক, ব্যৱধান