পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পর্দা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পর্দা   বিশেষ্য

অর্থ : আঁৰ কৰিবলৈ বিশেষকৈ দুৱাৰ-খিৰিকিত ওলোমাই ৰখা কাপোৰ

উদাহরণ : তেওঁৰ দুৱ্াৰত এখন উৱলি যোৱা পর্দা লগাই থৈছে

সমার্থক : আঁৰ, আঁৰ-ক্াপোৰ, চিক, ঢাপলিকা, পর্দ্দা

অর্থ : যন্ত্র আদিৰ সহায়ত চিত্র ্প্রদর্শন কৰিব পৰা এক ধৰণৰ পাতল চাদৰৰ দৰে উপকৰণ

উদাহরণ : এই চিনেমা হলটোৰ পর্দা বহুত সৰু

সমার্থক : স্ক্রীণ

অর্থ : আঁৰ কৰিব পৰা এক প্রকাৰৰ উপকৰণ

উদাহরণ : এটা কোঠাক বাঁহৰ কাঠীৰে তৈয়াৰী পর্দাৰে চাৰি ভাগত বিভাজিত কৰা হʼল

সমার্থক : পৰদা