পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ৰোপন কৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ৰোপন কৰা   ক্ৰিয়া

অর্থ : উদ্ভিদ আদিৰ ৰোপন কার্য

উদাহরণ : মালীয়ে টাবত গোলাপৰ কলম লগালে

সমার্থক : লগোৱা

অর্থ : কোনো কথাৰ সূত্রপাত ঘটোৱা

উদাহরণ : বিবাহবিচ্ছেদ কৰা মহিলাগৰীকীয়ে নিজৰ লʼৰাটোৰ মনত দেউতাকৰ প্রতি ঘৃণাৰ বীজ ৰোপন কৰিলে

সমার্থক : ৰোৱা

অর্থ : ৰোপন কৰাৰ কাম হোৱা

উদাহরণ : পথাৰত ৰোপন কৰা হৈছে

সমার্থক : ৰোৱা

অর্থ : কোনো উদ্ভিদ এঠাইৰ পৰা উভালি নি অন্য এঠাইত লগোৱা কার্য

উদাহরণ : খেতিয়কে খেতিপথাৰত ধান ৰুইছে

সমার্থক : ৰোৱা