পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ৰূপ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ৰূপ   বিশেষ্য

অর্থ : ডিঙিৰ ওপৰৰ সন্মুখফালে থকা অংগ

উদাহরণ : ৰামৰ মুখখন আনন্দত উজ্জ্বল হৈ পৰিছে

সমার্থক : আনন, গঢ়, চেহেৰা, ঠগ, বদন, মুখ

অর্থ : * কোনো স্থানিক বিশেষত্ব (বিশেষকৈ যিদৰে ৰূপৰেখাত পৰিভাষিত কৰা হয়)

উদাহরণ : কোনো গীত আদিৰ সংগীত সম্বন্ধী ৰূপক এজন সংগীতজ্ঞইহে ভালদৰে বুজিব পাৰে

সমার্থক : আকৃতি, ৰচনা

অর্থ : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি

উদাহরণ : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়

সমার্থক : অৱস্থা, গতি, গতিক, দশা, ধৰণ, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত

অর্থ : মুদ্রা, গহণা, বাচন আদি তৈয়াৰ কৰা এবিধ বগা উজ্জ্বল ধাতু

উদাহরণ : তেওঁ ্ ৰূপৰ গহণা পিন্ধিছিল

সমার্থক : ৰজত, ৰূপা

অর্থ : কোনো বস্তুৰ বাহিৰৰ সেই অংশ যাৰ যোগেদি বস্তুবিধৰ দীঘ, প্রস্থ, প্রকাৰ, গুণাগুণ সম্পর্কে ্ জানিব পাৰি:দ্রৱৰ কোনো নিজা আকাৰ নাই

উদাহরণ :

সমার্থক : আকাৰ, গঠন, গঢ়, মূর্তৰূপ, স্বৰূপ

অর্থ : পদ বা শ্্ব্দৰ আটাইতকৈ সৰু একক

উদাহরণ : ৰূপ দুই প্রকাৰৰ, মুক্ত আৰু বদ্ধ

অর্থ : যি এক বিশেষ আকাৰত প্রদর্শিত বা অভিব্যক্ত হয়

উদাহরণ : কালী দুর্গাৰ এক ৰৌদ্র ৰূপ

অর্থ : কোনো নাৰীৰ উৎকৃষ্ট শাৰীৰিক সৌন্দর্য

উদাহরণ : তেওঁৰ ্ কান্তি নিৰুপম

সমার্থক : কান্তি, সৌন্দর্য