পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে মুখ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

মুখ   বিশেষ্য

অর্থ : ডিঙিৰ ওপৰৰ সন্মুখফালে থকা অংগ

উদাহরণ : ৰামৰ মুখখন আনন্দত উজ্জ্বল হৈ পৰিছে

সমার্থক : আনন, গঢ়, চেহেৰা, ঠগ, বদন, ৰূপ

অর্থ : চেহেৰাত বাহিৰৰ পৰা দেখা দিয়া মুখৰ ভাগ যʼত বাহিৰৰ তলৰ অংশত ্ওঁঠ ্থাকে

উদাহরণ : অধ্যাপকে মুখত আঙুলি থোৱাৰ লগে লগে শ্রেণীকোঠাটো নিজম পৰিল

অর্থ : কোনো ভৱন আদিৰৰ মূল প্রৱেশ দ্বাৰ

উদাহরণ : এই দূর্গটোৰ মুখ উত্তৰফালে আছে

অর্থ : মুখলৈ এবাৰত নিয়া আহাৰৰ পৰিমাণ

উদাহরণ : মই এগৰাহো খাবলৈ নাপাওঁতেই সি আহি ওলালহি

সমার্থক : গৰাহ, টেপা, মোকোৰা

অর্থ : কোনো বস্তুৰ ওপৰৰ বা বাহিৰৰ খোলা অংশ যʼৰ পৰা কোনো বস্তু আদিৰ ভিতৰলৈ যাব বা বাহিৰলৈ ওলাব পাৰি

উদাহরণ : এই বটলটোৰ মুখখন বহুত পাতল

অর্থ : ভোজনৰ উপভোক্তা বুলি মনা ব্যক্তি

উদাহরণ : মই সাতটা পেটক ভৰাব লাগে

সমার্থক : পেট

অর্থ : প্রাণীয়ে যি অংগৰ দ্বাৰা খায় আৰু কথা কয় বা মাত দিয়ে

উদাহরণ : ভয়তে তেওঁৰ মুখৰ মাত হৰিল

সমার্থক : মুখগহ্বৰ

অর্থ : কোনো বস্তুৰ সন্মুখৰ বা অগ্রভাগ অথবা সেই অংশ যʼৰ পৰা তাৰ ব্যৱহাৰ হয়

উদাহরণ : এই কম্পিউটাৰটোৰ মুখখন মোৰফালে ঘূৰাই দিয়া মহম্মদ শ্বাহৰ ঘৰৰ মুখটো কোনফালে আছে