পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ৰাজ-দৰবাৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ৰাজ-দৰবাৰ   বিশেষ্য

অর্থ : ৰজাৰ দৰবাৰ বা সভা

উদাহরণ : ৰাজসভাত ৰাজ্যৰ সমস্যাবোৰৰ আলোচনা কৰা হʼল

সমার্থক : ৰাজ-সভা, ৰাজদৰবাৰ, ৰাজসভা

অর্থ : যি ঠাইত ৰজা-মহাৰজা আদিয়ে নিজৰ বিষয়ববীয়াসকলৰ লগত একেলগে বহে

উদাহরণ : ৰজা-মহাৰজাৰ দৰবাৰত কবি, গায়ক আদি উপস্থিত আছিল

সমার্থক : দৰবাৰ, ৰাজদৰবাৰ