পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ৰাজদৰবাৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ৰাজদৰবাৰ   বিশেষ্য

অর্থ : ৰজাৰ দৰবাৰ বা সভা

উদাহরণ : ৰাজসভাত ৰাজ্যৰ সমস্যাবোৰৰ আলোচনা কৰা হʼল

সমার্থক : ৰাজ-দৰবাৰ, ৰাজ-সভা, ৰাজসভা

অর্থ : যি ঠাইত ৰজা-মহাৰজা আদিয়ে নিজৰ বিষয়ববীয়াসকলৰ লগত একেলগে বহে

উদাহরণ : ৰজা-মহাৰজাৰ দৰবাৰত কবি, গায়ক আদি উপস্থিত আছিল

সমার্থক : দৰবাৰ, ৰাজ-দৰবাৰ