পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ৰস শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ৰস   বিশেষ্য

অর্থ : শাৰীৰিক প্রক্রিয়াত গুৰুত্বপূর্ণ ভূমিকা পালন কৰা গ্রন্থি বা কোশিকাৰ পৰা নিগৰিত দ্রৱ বিশেষ

উদাহরণ : লালটি, হৰমোন আদি ৰসে মানৱ শৰীৰত বিশেষ ভূমিকা পালন কৰে

সমার্থক : স্রাৱ

অর্থ : গছৰ গাৰ পৰা ওলোৱা বা পিচি উলিওৱা তৰল পদার্থ বিশেষ

উদাহরণ : কিছুমান গছৰ ৰস ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়

সমার্থক : নি্র্যাস, মন্দ

অর্থ : কোনো পদার্থৰ ্সাৰ বা মূল ভাগ

উদাহরণ : ৰস কেইবাপ্রকাৰৰ আছে

অর্থ : কোনো কথাৰ পৰা হোৱা ৰুচি বা তাৰ পৰা পোৱা আনন্দ

উদাহরণ : ভক্তই ভগৱানৰ কী্র্তন কৰি আনন্দ লৈ আছে

সমার্থক : আনন্দ, মজা

অর্থ : উদ্ভিদ অথবা তাৰ ফুল-পাত আদিত থকা বিশেষ এক ধৰণৰ তৰল পদার্থ ্যাক মোহাৰিলে বা চেপিলে এই তৰল পদার্থ ওলাই আহে

উদাহরণ : নিম পাতৰ ৰস খালে আৰু ছালত লগালে চর্মৰোগ ভাল হয়

অর্থ : কোনো বস্তু চেপিলে বা পিচিলে ওলোৱা তৰল পদার্থ

উদাহরণ : পদিনাৰ ৰস পেটৰ কাৰণে বৰ ভাল

সমার্থক : অর্ক, আৰক, নি্র্যাস, মূল, ্সাৰ অংশ