পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে স্থিৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

স্থিৰ   বিশেষণ

অর্থ : যিজন বিচলিত নহয়

উদাহরণ : অবিচলিত লোকে নিজৰ লক্ষ্যত সহজেই উপনীত হয়

সমার্থক : অবিচল, অবিচলিত

অর্থ : যি সিদ্ধান্ত সলনি নহয়

উদাহরণ : পিতামহ ভীষ্মই বিয়া নাপাতো বুলি দৃঢ় প্রতিজ্ঞা কৰিলে তেওঁৰ নিজৰ সিদ্ধান্তত অটল

সমার্থক : অটল, অবিচল, একনিষ্ঠ, একাগ্র, দৃঢ়, নিমগ্ন

অর্থ : যি চঞ্চল নহয়

উদাহরণ : মানুহজন গম্ভীৰ স্বভাৱৰ

সমার্থক : অচঞ্চল, অচপল, গপচ, গম্ভীৰ, গহীন, গহীন-গম্ভীৰ, গুৰু-গম্ভীৰ, ধীৰ, সুগম্ভীৰ

অর্থ : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই

উদাহরণ : পাহাৰ-পর্বত স্থিৰ

সমার্থক : অচল, অচৰ, অটল, অবিচল, অলৰ, অলৰ-অচৰ, গতিহীন, থিৰ, দৃঢ়, নিশ্চল, স্থাণু, স্থিতিশীল

অর্থ : যʼত তৰঙ্গ উঠি থকা নাই

উদাহরণ : শ্যামে স্থিৰ পানীতলৈ শিল দলিয়াই আছে

সমার্থক : শান্ত

অর্থ : যʼত কোনো পৰি্ৱর্তন ্বা সাল-সলনি নহয় বা একে স্থিতিতে থকা

উদাহরণ : কিছুমান বস্তুক স্থিৰ তাপমানত ৰখা হয়

অর্থ : যাৰ চিত্ত স্থিৰ

উদাহরণ : স্থিৰচিত্তৰ লোকে বিপদ-আপদকলৈ চিন্তা কৰি নাথাকে

সমার্থক : অচঞ্চল, অমত্ত, প্রশান্ত, শান্ত, স্থিৰচিত্ত

অর্থ : যি চলা-ফুৰা কৰিব নোৱাৰে

উদাহরণ : গছবোৰ সজীৱ সত্ত্বেও অচল

সমার্থক : অচল, অচৰ, অলৰ-অচৰ, গতিহীন, গতিৰহিত, ঠৰ, নিথৰ, নিশ্চল, বেগহীন, স্থবিৰ, স্থানু, স্থিতিশীল

অর্থ : যাৰ গতি নাই, কিন্তু গতি দিব পৰা যায়

উদাহরণ : গতিহীন গাড়ীখন হঠাৎ চলিবলৈ ধৰিলে

সমার্থক : অগতি, গতিশূন্য, গতিহীন