পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ধীৰ শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ধীৰ   বিশেষণ

অর্থ : যি চঞ্চল নহয়

উদাহরণ : মানুহজন গম্ভীৰ স্বভাৱৰ

সমার্থক : অচঞ্চল, অচপল, গপচ, গম্ভীৰ, গহীন, গহীন-গম্ভীৰ, গুৰু-গম্ভীৰ, সুগম্ভীৰ, স্থিৰ

অর্থ : যাৰ শক্তি আৰু গতি কমি গৈছে

উদাহরণ : তেওঁ ধীৰ গতিৰে গাড়ী চলাই আছে

সমার্থক : মন্থৰ, মন্দ, মেদা, লেদা, লেহেম, শ্লথ

অর্থ : ধৈর্য ধৰিব পৰাজন বা যি ্ ধৈর্য ধৰিব পাৰে

উদাহরণ : ধৈর্যশীল মানুহে হাজাৰ কষ্টকৰ কামো সুকলমে কৰিব পাৰে

সমার্থক : ধীৰ-স্থিৰ, ধৈর্যশীল, শান্ত, ্ধৈর্যব্ান

অর্থ : যাৰ কোনো কাৰণত শিথিলতা আহি পৰিছে

উদাহরণ : তেওঁ ্উদাস হৈ ধীৰ গতিৰে আগুৱাই গৈ আছিল

সমার্থক : মন্থৰ, শিথিল