পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে স্থানচ্যুত শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

স্থানচ্যুত   বিশেষ্য

অর্থ : যাক নিজৰ স্থানৰ পৰা আঁ্তৰাই পঠোৱা হৈছে

উদাহরণ : স্থানচ্যুতৰ পুনর্বাস সমস্যাৰ সমাধান এতিয়ালৈকে হোৱা নাই

অর্থ : কোনো বস্তুক নিজৰ স্থানৰ পৰা আঁ্তৰাই দিয়া কার্য

উদাহরণ : কৃত্রিম উপগ্রহক ৰকেটৰ জৰিয়তে স্থানচ্যুত কৰা হয়

স্থানচ্যুত   বিশেষণ

অর্থ : নিজৰ স্থানৰ পৰা আঁতৰ্াই দিয়া

উদাহরণ : তেওঁ ্ স্থানচ্যুত বস্তুবোৰ আকৌ নিজৰ নিজৰ ঠাইত ৰাখিছিল

সমার্থক : অপসাৰিত, অপসৃত, দূৰীকৃত, দূৰীভূত, স্থানান্তৰিত